আজি ৮ ফেব্ৰুৱাৰী

আজি ৮ ফেব্ৰুৱাৰী

➡️বিদ্যাৰ্থী দিৱস।

➡️১৭৮৫ গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ স্বদেশলৈ (ইংলেণ্ড) প্ৰত্যাৱৰ্তন।
➡️১৮২৮ কল্প-বিজ্ঞানৰ ফৰাচী লেখক জুলে ভাৰ্নৰ জন্ম।
➡️১৮৩৪ ৰাছিয়াৰ ৰাসায়নবিদ ডমিট্ৰি আইভান’ভিচ মেণ্ডেলিয়েভৰ জন্ম।
➡️১৮৯৭ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ জন্ম।
➡️২০০৩ অষ্টম বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ।
➡️২০০৪ ডঃ ভবেন্দ্ৰ নাথ শইকীয়ালৈ মৰোণোত্তৰভাৱে অসম সাহিত্য সভাৰ সদস্য় মহীয়ান সন্মান।
➡️বাৰ্ড-ফ্লুৰ আশংকাত টাইৱানত দুই লক্ষাধিক কুকুৰা নিধন।
➡️ভাৰত, জিম্বাবৱে আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ত্ৰিদেশীয় শৃংখলাত অষ্ট্ৰেলিয়াৰ খিতাপ অৰ্জন।
➡️২০০৫ অসম আৰক্ষীৰ প্ৰায় চাৰে পাঁচ হাজাৰ কনিষ্টবল নিযুক্তিক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে ক্ষোভ, প্ৰতিবাদৰ সৃষ্টি।

You might also like
Leave A Reply

Your email address will not be published.