আজি ৮ মাৰ্চ

➡️আজি আন্তৰ্জাতিক নাৰী দিৱস।
➡️১৮৬৪ চনৰ ৮ মাৰ্চ তাৰিখে মাৰাঠী সাহিত্যিক হৰি নাৰায়ণ আপ্তেৰ জন্ম হৈছিল।
➡️১৯১৭ চনৰ আজিৰ দিনটোতে ৰাছিয়াত গণতান্ত্ৰিক বিপ্লৱৰ সূচনা কৰিছিল।
➡️১৯৪৮ চনৰ ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক বিমান সেৱাৰ বাবে ভাৰতত এয়াৰ ইণ্ডিয়া স্থাপন হৈছিল।
➡️১৯৬৮ চনৰ এই দিনটোতে মাৰ্টিন লুথাৰ কিঙক হত্যা কৰা হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.