ক’ভিড আপডেট

নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৩ গৰাকী লোক। কামৰূপ (মেট্ৰ’)ত আক্ৰান্ত ১ গৰাকী।মৃত্যুমুখত পৰাৰ সংখ্যা ০। পজিটিভিটীৰ হাৰ ০.০৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৯ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৩,৯৯৩ গৰাকী ।

You might also like
Leave A Reply

Your email address will not be published.