উত্তৰাখণ্ডৰ কেদাৰনাথত হেলিক’প্টাৰ দুৰ্ঘটনাগ্ৰস্ত!

নেচনেল ডেস্ক:

মঙলবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথত দুৰ্ঘটনাগ্ৰস্ত হয় এখন ব্যক্তিগত প্ৰতিষ্ঠানৰ হেলিক’প্টাৰ। দুৰ্ঘটনাত মৃত্যু দুজন পাইলটসহ ৬ জন তীৰ্থযাত্ৰীৰ। আৰিয়ান এভিয়েশ্যনৰ হেলিক’প্টাৰখন পুৱা প্ৰায় ১১:৩০ বজাত গৰুদা চট্টীত দুৰ্ঘটনাগ্ৰস্ত হয়।বেয়া বতৰৰ বাবেই দুৰ্ঘটনাৰ সংঘটিত হয় বুলি অনুমান কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.