এক চাঞ্চল্যকৰ ঘটনা!

বগীবিল দলঙৰ পৰা জপিয়াই আত্মহনন মেধাৱী ছাত্ৰৰ!

নিউজ ডেস্ক:

এক চাঞ্চল্যকৰ ঘটনা ৷ বগীবিল দলঙৰ পৰা জপিয়াই আত্মহনন মেধাৱী ছাত্ৰৰ! দলঙৰ ওপৰত বাহন ৰখাই বগীবিলৰ পৰা জঁপিয়াই আত্মহনন এগৰাকী মেধাৱী ছাত্ৰৰ৷ নিহত ছাত্ৰজন তিনিচুকীয়াৰ অনিকেত দত্ত গুপ্তা বুলি জানিব পৰা গৈছে৷ অৰুনাচলৰ NERISTৰ ছাত্ৰ আছিল অনিকেত দত্ত৷ জানিব পৰা মতে বুধবাৰে পৰীক্ষা হলৰ পৰা ওলাই অহাৰ পৰাই সন্ধানহীন হৈ আছিল ছাত্ৰজন৷।

You might also like
Leave A Reply

Your email address will not be published.