কনজাংটিভাইটিছ কি?

জানো আহক কনজাংটিভাইটিছৰ লক্ষণসমূহ

নিউজ ডেস্কঃ

নজাংটিভাইটিছ কি? জানো আহক কনজাংটিভাইটিছৰ লক্ষণসমূহ ।

চৌদিশে বৰ্তমান কনজাংটিভাইটিছৰ আতংক। বহু লোক আক্ৰান্ত হৈছে এই কনজাংটিভাইটিছ নামৰ চকুৰ ফ্লু’ত । ই হৈছে এক সংক্ৰামক ৰোগ যিয়ে ভাইৰাছ বা বেক্টেৰিয়াৰ জৰিয়তে চকুত প্ৰভাৱ পেলায়। জানিব পৰা মতে বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ ফলতে এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাবলৈ ধৰিছে। এই ৰোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ফালৰ পৰাও জাৰি কৰা হৈছে কেতবোৰ সতৰ্কবাণী।

কনজাংটিভাইটিছৰ লক্ষণসমূহ:

চকু ৰঙা পৰা, চকুৰ পতা ফুলি উঠা আৰু খজুৱতি হোৱা এই বেমাৰ বিধৰ মূল লক্ষণ।সাধাৰণতে কনজাংটিভাইটিছৰ ফলত চকুৰ পৰা হালধীয়া বা পানীযুক্ত স্ৰাৱ ওলাই থকা দেখা পোৱা যায়।।

You might also like
Leave A Reply

Your email address will not be published.