ক’ভিড আপডেট

নিউজ ডেস্ক– দেশত ক্ৰমাত হ্ৰাস পাইছে কভিড সংক্রমণ। বিগত ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১লাখ ৫৩হাজাৰ ৩৪৭ গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩হাজাৰ ১২৯ গৰাকী ।বৰ্তমানলৈকে সুস্থহৈছে ২ কোটি ৫৬লাখ ৮৪ হাজাৰ ৫২৯ গৰাকী ।
অসমৰ ক’ৰনা-সৃষ্ট পৰিস্থিতি ক্ৰমাৎ উন্নত। ৰাজ্যত পজিটিভিটীৰ হাৰ ৪.৫৬ শতাংশ। বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ৩,২৪৫ গৰাকী। ইয়াৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৫৫ গৰাকী। গুৱাহাটী মহানগৰত আক্ৰান্ত হৈছে ৪২২ গৰাকী।

বিশ্বত মুঠ আক্ৰান্ত ১৭১,০২৪,৩৮৬ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৩,৫৫৬,৬০২ গৰাকী। এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে ১৫৩,১১৪,৭৪৮ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.