নিউজ ডেস্ক– দেশত ক্ৰমাত হ্ৰাস পাইছে কভিড সংক্রমণ। দেশত ১ লাখলৈ নামিল আক্ৰান্তৰ সংখ্যা। বিগত ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১লাখ ৬৩৬ গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২হাজাৰ ৪২৭ গৰাকী ।বৰ্তমানলৈকে সুস্থহৈছে ১ লাখ ৭৪ হাজাৰ ৩৯৯ গৰাকী ।
অসমৰ ক’ৰনা-সৃষ্ট পৰিস্থিতি ক্ৰমাৎ উন্নত। ৰাজ্যত আক্ৰান্তৰ হাৰ ৩.০৬ শতাংশ। বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ৩,৮০৪ গৰাকী। ইয়াৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৩৭ গৰাকী। গুৱাহাটী মহানগৰত আক্ৰান্ত হৈছে ৩১৮ গৰাকী।
বিশ্বত মুঠ আক্ৰান্ত ১৭৪,৩৭৬,২৫৬গৰাকী লোক। মৃত্যুমুখত পৰিছে ৩,৭৫১,৯৮৮এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে ১৫৭,৬৩৮,৫৩৫গৰাকী।◼◼◼◼
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
ক’ভিড আপডেট
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like