ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ গণসংক্ৰমণ । বৃহস্পতিবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ১৪২ গৰাকী লোক । বিগত ২৪ ঘন্টাত ৫ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে । মুঠ আক্ৰান্তৰ ৬০ গৰাকী ব্যক্তি কামৰূপ মহানগৰ জিলাৰ। বিগত দিনটোত আক্ৰান্তৰ হাৰ ০.৪৪ % ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্ত হৈছে ৯,১১৯ গৰাকী । আনহাতে মৃত্যু ৩৯৬ গৰাকী ব্যক্তিৰ ।
You might also like
Leave A Reply

Your email address will not be published.