ক’ভিড আপডেট

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ গণসংক্ৰমণ । দেওবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ১৩৩ গৰাকী লোক । বিগত ২৪ ঘন্টাত এগৰাকী আক্ৰান্তৰ মৃত্যু হৈছে । মুঠ আক্ৰান্তৰ ১১০ গৰাকী ব্যক্তি কামৰূপ মহানগৰ জিলাৰ। বিগত দিনটোত আক্ৰান্তৰ হাৰ ০.৬৪%।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্ত হৈছে ৮,৩১৮ গৰাকী । আনহাতে মৃত্যু ৪৬৫ গৰাকী ব্যক্তিৰ ।
You might also like
Leave A Reply

Your email address will not be published.