ক’ভিড আপডেট

নিউজ ডেস্ক-


ৰাজ্যত ০.৪৫ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১৫০ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৭৬ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৬,৮২২ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২২০ জন।।

You might also like
Leave A Reply

Your email address will not be published.