ৰাজ্যত অপৰিৱৰ্তিত ক’ভিড সংক্ৰমণ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,২৯৪গৰাকী। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২২ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৫৩৫লোক।পজিটিভিটিৰ হাৰ ৬.৪১ শতাংশ। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২,৩৪,২৮১ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৮৯৩গৰাকী।