নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৯১৯ গৰাকী লোক। ইয়াৰে ৩৫৭ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ২০ গৰাকী আক্ৰান্ত।পজিটিভিটীৰ হাৰ ৬.৯৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৫.৭৭ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ২,০৯,৯১৮ গৰাকী । মৃত্যুমুখত পৰিছে ৯৫৮ গৰাকী আক্ৰান্ত।