ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১ গৰাকী লোক। আক্ৰান্ত কামৰূপ (মেট্ৰ’)ৰ। যোৱা ২৪ ঘণ্টাত এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই। পজিটিভিটিৰ হাৰ .১২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৯০ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,৮২৭ গৰাকী। মৃত্যুমুখত পৰিছে ২৪ গৰাকী লোক।

You might also like
Leave A Reply

Your email address will not be published.