নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২ গৰাকী লোক। আক্ৰান্ত ২ গৰাকীয়ে কামৰূপ (মেট্ৰ’)ৰ। যোৱা ২৪ ঘণ্টাত এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই। পজিটিভিটিৰ হাৰ ০.৬৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৯০ শতাংশ।
Related Posts
আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,৩৩৮ গৰাকী। মৃত্যুমুখত পৰিছে ১৯ গৰাকী লোক। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৭,৮৮৩ গৰাকী লোক।