ক’ভিড আপডেট

নিউজ ডেস্ক- পুনৰ কোভিড শূন্য ৰাজ্য। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ এজনো আক্ৰান্ত হোৱা নাই কোভিডত। যোৱা ২৪ ঘণ্টাত এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই । দৈনিক পজিভিটিৰ হাৰ ০.০০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৯০ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৩,৭১২ গৰাকী। মৃত্যুমুখত পৰিছে ৫ গৰাকী লোক। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৯,৫০৯ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.