ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৩০৫ গৰাকী লোক। আক্ৰান্তসকলৰ ৩২ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত কোনো আক্ৰান্তৰ মৃত্যু হোৱা নাই। পজিটিভিটিৰ হাৰ ৪.৫৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৩০ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৯,৪০৬ গৰাকী । পজিটিভিটিৰ হাৰ ৪.৯৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫০ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৩৪৭৯৩ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.