ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২০৬ গৰাকী লোক। আক্ৰান্তসকলৰ ১৯ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৩.৭০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৪৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৬,৫৬১ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৪৯ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৫.৪৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৩ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,২৩,৫৩৫ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.