ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১৭ গৰাকী লোক। আক্ৰান্তসকলৰ ৫ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, আক্ৰান্তসকলৰ ৫ গৰাকী কামৰূপ (গ্ৰাম্য) জিলাৰ, ৪ গৰাকী কাছাৰ জিলাৰ, ২ গৰাকী শিৱসাগৰ জিলাৰ আৰু ১ বঙাইগাঁও জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৭৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৪ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৪,৯১৭ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৩২ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৭.৫২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৪ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,১৭,৫০৮ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.