ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১১৯ গৰাকী লোক। আক্ৰান্তসকলৰ ১৫ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ১৭ গৰাকী ডিব্ৰুগড় জিলাৰ, ১২ গৰাকী গোৱালপাৰা জিলাৰ, ৭ গৰাকী ১১ কামৰূপ (গ্ৰাম্য) জিলাৰ আৰু ৯ গৰাকী তিনিচুকীয়া জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৯২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৫,৭৫৪ গৰাকী। পজিটিভিটিৰ হাৰ ৩.৪৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৮ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,০১,৮৩০ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.