ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৭৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ২০ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.৭০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৪ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৬,৩৯৫ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১৪ গৰাকী আক্ৰান্ত। পজিটিভিটিৰ হাৰ ১.৯৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৫০,৩৪২ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.