গৌতম গম্ভীৰৰ বাসগৃহত কটকটিয়া নিৰাপত্তা

প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ বিজেপি সাংসদ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি প্ৰদান কৰিছে কুখ্যাত উগ্ৰপন্থী সংগঠন ISISয়ে। ইমেইল যোগে সাংসদ গৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোয়ে। সংগঠনটোৰ ভাবুকিৰ পাছতে দিল্লী আৰক্ষীৰ কাষ চাপিছে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী। দিল্লী আৰক্ষীয়ে ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে সাংসদ গৰাকীৰ বাস গৃহৰ সন্মুখত।

You might also like
Leave A Reply

Your email address will not be published.