চিএম ভিজিলেন্সৰ জালত GMCৰ ৬ অভিযুক্ত!

গুৱাহাটী পৌৰ নিগমত বোকা নিষ্কাষন কেলেংকাৰিৰ বিৰুদ্ধে তৎপৰ চিএম ভিজিলেন্স। বিয়াগোম কেলেংকাৰিত জড়িত ৬ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে ৬ জনকৈ অভিযুক্তক । ধৃত অভিযুক্তকেইজন বাবুলাল শৰ্মা, চিত্তৰঞ্জন দত্ত গগৈ, আছিফ আহমেদ, হিৰণ্য বৰ্মন, শংকৰ মেধি আৰু সীমান্তজ্যোতি বৰুৱা। ইয়াৰে ৫ জন অভিযন্তা আৰু এজন OSD বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.