APSC ৰ ফলাফল কি হ’ল?

আজি APSC ৰ ফলাফল ঘোষণা। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে ২০২০ বৰ্ষৰ CEE ৰ ফলাফল ঘোষণা। ACS পদৰ বাবে বাছনি মুঠ ১২১ গৰাকী পৰীক্ষাৰ্থী। APS পদৰ বাবে বাছনি মুঠ ৬৯ গৰাকী পৰীক্ষাৰ্থী। কৰ অধীক্ষক পদৰ বাবে বাছনি ৬ গৰাকী পৰীক্ষাৰ্থী। DTO পদৰ বাবে বাছনি ৫ গৰাকী পৰীক্ষাৰ্থী। শ্ৰম পৰিদৰ্শক পদৰ বাবে বাছনি ১৮ গৰাকী পৰীক্ষাৰ্থী।

কৰ পৰিদৰ্শক পদৰ বাবে বাছনি ২৭ গৰাকী পৰীক্ষাৰ্থী। BDO পদৰ বাবে ৩৩ গৰাকী পৰীক্ষাৰ্থী। সহ: নিয়োগ বিষয়া পদৰ বাবে বাছনি ৪ গৰাকী পৰীক্ষাৰ্থী। উপ-পঞ্জিয়ক পদৰ বাবে বাছনি ৩১ গৰাকী পৰীক্ষাৰ্থী। উদ্যোগ বিভাগৰ সহ: প্ৰৱন্ধক পদৰ বাবে বাছনি ১০ গৰাকী পৰীক্ষাৰ্থী। APSC ৰ পৰা ঘোষণা কৰা ফলাফলত শীৰ্ষত আছে বিজিত পাঠক।।

You might also like
Leave A Reply

Your email address will not be published.