তামিলনাডুত ভয়ংকৰ হেলিকপ্টাৰ দূৰ্ঘটনা

তামিলনাডুত ভয়ংকৰ হেলিকপ্টাৰ দূৰ্ঘটনা।দেশৰ চীফ অৱ দ্য ডিফেন্স ষ্টাফ বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দূৰ্ঘটনাগ্ৰস্ত।CDS ৰাৱাটৰ লগতে তেওঁৰ পত্নীসহ ৯ যাত্ৰী আছিল হেলিকপ্টাৰখনত।এই পৰ্যন্ত ৪ গৰাকীৰ মৃত্যু নিশ্চিত কৰা বুলি জানিব পৰা গৈছে।জেনেৰেল ৰাৱাটক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।বায়ুসেনাৰ সুত্ৰই সদৰি কৰিছে এই কথা।দুৰ্ঘটনাক লৈ কেবিনেটৰ জৰুৰী বৈঠক আহ্বান।দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰদান কৰিব বিবৃতি।।

You might also like
Leave A Reply

Your email address will not be published.