তুৰ্কীৰ ইস্তানবুলত ভয়াৱহ বিষ্ফোৰণ!

ইণ্টাৰনেচনেল ডেস্ক:

দেওবাৰে তুৰ্কীৰ ইস্তানবুলত ভয়াৱহ বিষ্ফোৰণ।বিস্ফোৰণটো সংঘটিত হয় ইষ্টিকলাল এভিনিউত । সন্ধিয়া প্ৰায় ৪:২০ বজাত সংঘটিত হয় বিষ্ফোৰণটো। বিস্ফোৰণত ৬ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ৩৮ গৰাকীকৈ লোক। বিস্ফোৰণৰ পিছতে বন্ধ হয় এভিনিউটোৰ লগতে ষ্ট’ৰসমূহ। ঘটনাস্থলীত আৰক্ষীৰ লগতে এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.