ভয়ংকৰ পথ দুৰ্ঘটনা!

ইণ্টাৰনেচনেল ডেস্ক:

ইজিপ্তৰ নীল নদীৰ বদ্বীপ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ খালত পৰি তিনি শিশুসহ মৃত্যু কমেও ২১ জন লোকৰ। দুৰ্ঘটনাটো সংঘটিত হৈছে ৰাজধানী কাইৰোৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত ডাকাহলিয়া প্ৰদেশত। আহত যাত্ৰীসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বাছখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.