নগাঁৱত পোন প্ৰথমবাৰৰ বাবে মৰ্ফিনসহ দুই সৰবৰাহকাৰীক আটক।
বৃহস্পতিবাৰে নগাঁৱৰ ৰেংবেঙত অভিযান চলাই দুই কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। ২০০ গ্ৰাম মৰ্ফিন, নগদ ধন সহ যমুনামুখৰ বাচিৰুদ্দিন আৰু উত্তৰ ত্ৰিপুৰাৰ চৈৰবাৰীৰ ফাৰুক ইছলাম নামৰ দুই ড্ৰাগছ সৰবৰহাকাৰীক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী। ড্ৰাগছ সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা এখন পালছাৰ বাইকো জব্দ কৰিছে আৰক্ষীয়ে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like