নিম্ন সদনত গৃহিত বিতৰ্কিত কৃষি আইন বাতিল বিধেয়ক

কৃষকৰ অধিকাৰৰ প্ৰতি সঁহাৰি নিম্ন সদনৰ।

সংসদৰ শীতকালিন অধিবেশনৰ প্ৰথম দিনাই লোকসভাত গৃহিত ‘কৃষি আইন-২০২১ প্ৰত্যাহাৰ বিধেয়ক’।

উচ্চ সদনত গৃহিত হ’লেই বাতিল হ’ব ৩ বিতৰ্কিত কৃষি আইন।।

You might also like
Leave A Reply

Your email address will not be published.