পশ্চিম আফ্ৰিকাৰ কেপ ভাৰ্ডেৰ ওচৰত ভয়ংকৰ জাহাজ দুৰ্ঘটনা!

আটলাণ্টিক মহাসাগৰত জাহাজ এখন উলটি যোৱাৰ ফলত মৃত্যু হয় ৬৩ গৰাকীতকৈও অধিক লোকৰ

ইণ্টাৰনেচনেল ডেস্ক:

শ্চিম আফ্ৰিকাৰ কেপ ভাৰ্ডেৰ ওচৰত ভয়ংকৰ জাহাজ দুৰ্ঘটনা। আটলাণ্টিক মহাসাগৰত যাত্ৰী ভৰ্তি জাহাজ এখন উলটি যোৱাৰ ফলত মৃত্যু হয় ৬৩ গৰাকীতকৈও অধিক লোকৰ। মৃতসকলৰ ভিতৰত চাৰিটা শিশুও আছিল। দুৰ্ঘটনাগ্ৰস্ত জাহাজখন চেনেগালৰ পৰা ১০ জুলাইত যাত্ৰা কৰিছিল বুলি জানিব পৰা গৈছে। যাত্ৰীসকলৰ বেছিভাগেই চেনেগাল আৰু ছিয়েৰা লিয়নৰ। ইতিমধ্যে ৭ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাটো সংঘটিত হয় পশ্চিম আফ্ৰিকাৰ ওচৰৰ আটলাণ্টিক মহাসাগৰৰ কেপ ভাৰ্ডিয়ান দ্বীপৰ পৰা প্ৰায় ২৭৭ কিলোমিটাৰ দূৰত্বত।।

You might also like
Leave A Reply

Your email address will not be published.