পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে গোচৰ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ক্ৰিকেটাৰ ইমৰাণ খানৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইনৰ ৭নং ধাৰাত গোচৰ ৰুজু। দেশখনৰ ৰাজধানী ইছলামাবাদৰ ৰেলীত এজন ন্যায়াধীশ আৰু দুজন শীৰ্ষ আৰক্ষী বিষয়াক ভাবুকি দিয়াৰ বাবে ৰুজু কৰা হৈছে এই গোচৰ। ইছলামাবাদৰ এফ-৯ পাৰ্কত শনিবাৰে নিশা দিয়া প্ৰৰোচনামূলক ভাষণক লৈ ৬৯ বছৰীয়া পিটিআইৰ মুৰব্বীগৰাকীৰ লাইভ ভাষণ সম্প্ৰচাৰ কৰাতো নিষেধাজ্ঞা আৰোপ কৰিছে পাকিস্তানৰ সংবাদ মাধ্যম নিয়ন্ত্ৰক কৰ্তৃপক্ষই ।।

You might also like
Leave A Reply

Your email address will not be published.