ইণ্ডোনেছিয়াত প্ৰকৃতিৰ ৰূদ্ৰ ৰূপ

বানপানী-ভূমিস্খলনত নিহত ১৪ জন লোক

ণ্ডোনেছিয়াৰ চুলাৱেছি প্ৰদেশৰ লুউ জিলাত প্ৰকৃতিৰ সংহাৰী ৰূপ। নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত স্তদ্ধ চুলাৱেছি দ্বীপবাসীৰ জন-জীৱন। বানপানী আৰু ভূমিস্খলনত বৰ্তমানলৈ নিহত ১৪ জনকৈ লোক। ১ হাজাৰৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বানত উটি যায় ৪২টা ঘৰৰ ভেটি । অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে ৰবৰৰ নাওৰে অবাহত ৰাখিছে উদাৰ অভিযান। ১০০ৰো অধিক বাসিন্দাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগ সূত্ৰে প্ৰকাশ।

You might also like
Leave A Reply

Your email address will not be published.