মহানগৰীত ড্ৰাই ডে’ ঘোষণা

গুৱাহাটী মহানগৰীত তিনিদিনৰ বাবে ড্ৰাই ডে’ ঘোষণা। ৫ মে’ৰ বিয়লি ৫ বজাৰ পৰা ড্ৰাই ডে’ মহানগৰীত। ৭ মে’ৰ বিয়লি ৫ বজালৈ গুৱাহাটীত ড্ৰাই ডে’। এই সময়চোৱাত গুৱাহাটী মহানগৰত বন্ধ থাকিব সুৰাৰ বিপনী। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এই নিৰ্দেশনা।

You might also like
Leave A Reply

Your email address will not be published.