সোমবাৰে পুৱাই প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ’ল গ্ৰীচক। ভূমিকম্পটো স্থানীয় সময় অনুসৰি পুৱা ১.২৫ বজাত গ্ৰীচৰ ক্ৰিটত অনুভূত হৈছে। ৰিখটাৰ স্কেল ৫.৫ প্ৰাবল্যত ভূমিকম্পটো অনুভূত হৈছে বুলি ইউৰোপীয়- ভূমধ্যসাগৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই সদৰি কৰে। ভূমিকম্পটোৰ অভিকেন্দ্ৰ গ্ৰীচৰ চিটেইয়াৰ উত্তৰ-পূব দিশত ৬০ কিলোমিটাৰ দূৰত্বত আৰু ৮০ কিলোমিটাৰ গভীৰতাত । ভূমিকম্পত কোনো হতাহতিৰ খৱৰ পোৱা হোৱা নাই।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like