বহিঃৰাজ্যত পুনৰ ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ

নিউজ ডেস্কঃ

 

পুনৰ বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু অসমৰ এজন যুৱকৰ। নিহত যুৱকজন বদৰপুৰৰ ঘোঁৰামাৰা গাঁৱৰ ৰাজেশ দাস বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি কৰ্মসূত্ৰে বাংগালুৰুলৈ গৈছিল যুৱকজন। যুৱকজনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে।।

You might also like
Leave A Reply

Your email address will not be published.