ব্ৰহ্মপুত্ৰত মুখ ধুবলৈ গৈ সন্ধানহীন চাইক্লিষ্ট আয়ুস চৌধুৰী!

নিউজ ডেস্কঃ

গুৱাহাটীৰ পাণবজাৰ ফেৰীঘাটত অঘটন৷
মুখ ধুবলৈ ব্ৰহ্মপুত্ৰত নামি সন্ধানহীন হ’ল এজন কিশোৰ চাইক্লিষ্ট৷
সন্ধানহীন কিশোৰজন মহানগৰীৰ হাতীগাঁও চাৰিআলিৰ আয়ুস চৌধুৰী বুলি জানিব পৰা গৈছে৷
আজাৰাৰ পৰা কিশোৰজনে ঘূৰি অহাৰ পথতে সংঘটিত হয় এই ঘটনা৷
কিশোৰজনক সন্ধানত অব্যাহত আছে অভিযান৷।

You might also like
Leave A Reply

Your email address will not be published.