ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফিজিৰ সৰ্বোচ্চ সন্মান

ফিজিৰ সৰ্বোচ্চ সন্মান 'কম্পেনিয়ান অৱ দা অৰ্ডাৰ অফ ফিজি' বঁটা প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

ইণ্টাৰনেচনেল ডেস্ক:

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তেওঁৰ সবল নেতৃত্বৰ স্বীকৃতি স্বৰূপে ফিজিৰ সৰ্বোচ্চ সন্মান।ফিজিৰ সৰ্বোচ্চ সন্মান ‘কম্পেনিয়ান অৱ দা অৰ্ডাৰ অফ ফিজি’ বঁটা প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।ফিজিৰ প্ৰধানমন্ত্ৰী চিতিভেনি ৰাবুকাই সোমবাৰে এই সৰ্বোচ্চ সন্মান প্ৰদান কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক। জানিব পৰা মতে, এতিয়ালৈ নগন্য সংখ্যক ব্যক্তিয়েহে লাভ কৰিছে এই সন্মান।।

You might also like
Leave A Reply

Your email address will not be published.