ভাৰতত দুজনৰ শৰীৰত ধৰা পৰিছে অ’মাইক্ৰন ভেৰিয়েণ্ট। বিপদজনক অ’মাইক্ৰন ভেৰিয়েণ্ট পোৱা দুয়োজনেই কৰ্ণাটকৰ । এই তথ্য বৃহস্পতিবাৰে সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।
উল্লেখ্য যে, এতিয়ালৈকে বিশ্বত প্ৰায় ২৯ খন দেশত বিপদজনক অ’মাইক্ৰন ভেৰিয়েণ্ট পোৱা গৈছে। ইফালে এতিয়ালৈকে ৩৭৩ লোক অ’মাইক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত হৈছে ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Prev Post
Next Post
You might also like