যাত্ৰীবাহী বাছত ৫ লাখ টকাৰ গাঞ্জা!

বোকাজানৰ খাকৰাজানত বৰপথাৰ আৰক্ষীৰ অভিযান।
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচীত জব্দ ৫ লাখ টকাৰ গাঞ্জা।ডিমাপুৰৰ পৰা অহা AS12-AC-3477 নম্বৰৰ যাত্ৰীবাহী বাছখনত অনা হৈছিল ৫২ কিলো গাঞ্জা।গাঞ্জাসহ আটক নগাঁৱৰ হয়বৰগাঁৱৰ আজমল আলী নামৰ যুৱকক।আজি দিনৰ প্ৰায় ১২:৩০ বজাত আৰক্ষীৰ এই অভিযান।।

You might also like
Leave A Reply

Your email address will not be published.