যোৰহাটক কলুষিত কৰা ক’লা লৰাক গ্ৰেপ্তাৰ

যোৰহাটত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাৰ মূল অভিযুক্ত নিৰজ দাস ওৰফে ক’লা লৰাক গ্ৰেপ্তাৰ। ড্ৰাগছ সৰবৰাহকে আদি কৰি ৯০ টা গোচৰত অভিযুক্ত তথা একাধিক বাৰ ৰঙাঘৰৰ আলহী হোৱা এই কুখ্যাত ক’লা লৰাৰ নেতৃত্বতে সোমবাৰে যোৰহাটৰ ৰাজপথত সংঘটিত হৈছিল মানৱতাক জোকাৰি যোৱা নৃশংস কাণ্ড। ৩ যুৱকৰ বিৰুদ্ধে দুৰ্ঘটনাৰ অপবাদ দি জঘন্য কাণ্ডৰ সূত্ৰপাত ঘটোৱা বৰিগাঁৱৰ মোহন দাস নামৰ সুৰাপায়ী বৃদ্ধৰ পুত্ৰ এই কুখ্যাত নিৰজ দাস ওৰফে ক’লা লৰা ওৰফে কালা গুণ্ডা।সোমবাৰৰ নৃশংস কাণ্ডত জড়িত ১৩ লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.