লস্কৰ-ই-জব্বাৰৰ প্ৰতিষ্ঠাপক দাউদ মালিকক হত্যা!

নৰ্থ ৱাজিৰিষ্টনত কোনো অজ্ঞাত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে "ম'ষ্ট ৱাণ্টেড" সন্ত্ৰাসবাদীটোক

ইণ্টাৰনেচনেল ডেস্ক:

স্কৰ-ই-জব্বাৰৰ প্ৰতিষ্ঠাপক আৰু মৌলানা মাছুদ আজহাৰৰ ঘনিষ্ঠ সহায়ক দাউদ মালিকক হত্যা। পাকিস্তানৰ নৰ্থ ৱাজিৰিষ্টনত কোনো অজ্ঞাত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে ভাৰতৰ “ম’ষ্ট ৱাণ্টেড” সন্ত্ৰাসবাদীটোক। পাকিস্তানৰ উত্তৰ ৱাজিৰস্তানত অজ্ঞাত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে ডাউদ মালিকক।খবৰ মতে, নৰ্থ ৱাজিৰিষ্টানৰ মিৰালি অঞ্চলত মুখা পিন্ধা বন্দুকধাৰীয়ে ডাউদ মালিকৰ ওপৰত গুলীচালনা কৰাৰ ফলত মৃত্যু হয় সন্ত্ৰাসবাদীটোৰ। এখন ব্যক্তিগত ক্লিনিকত থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই সন্ত্ৰাসবাদীটোক গুলীয়াই হত্যা কৰি পলায়ন কৰে।।

You might also like
Leave A Reply

Your email address will not be published.