শোকাৱহ! কন্যাক ৰে’লত উঠাবলৈ আহি ৰে’লৰ চেপাত মাতৃৰ মৃত্যু!

নিউজ ডেস্কঃ

ক মৰ্মান্তিক ঘটনা! কন্যাক ৰে’লত উঠাই দিবলৈ আহি ৰে’লৰ চেপাত কৰুণ মৃত্যু ঘটিল মাতৃৰ।
বৰপেটাৰোড ৰে’ল ষ্টেচনত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।
মৃত মহিলাগৰাকী গোৱৰ্ধনাৰ চুৰাতন নেছা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে দিল্লী অভিমুখী ব্ৰহ্মপুত্ৰ মেইলত কন্যাক উঠাই বিদায় দিওঁতেই ৰে’লখন চলিব ধৰাত দৌৰা-দৌৰিকৈ ৰে’লৰ পৰা নামোতে এই দুৰ্ঘটনাটো সংঘটিত হয়।।

You might also like
Leave A Reply

Your email address will not be published.