১৬ এপ্রিল

ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় দিৱস (ৰাণীৰ জন্মদিন)।

➡️১৮৫৩ ভাৰতত প্রথম ৰে’লগাড়ীৰ চলাচল, – মুম্বাইৰ পৰা থানেলৈ। দূৰত্ব ৩৪ কিলোমিটাৰ।

➡️১৮৮৯ বিশ্ববিশ্রুত কৌতুক-ও অভিনেতা, পৰিচালক, প্রযোজক, লেখক চার্লি চেপলিনৰ লণ্ডনত জন্ম।

➡️১৯১৬ বংগৰ শান্তিনিকেতনত > বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন।

➡️১৯৭৫ শিক্ষাবিদ, দার্শনিক, স্বাধীন ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মৃত্যু।

➡️২০০২ বুৰঞ্জীবিদ হেৰম্বকান্ত বৰপূজাৰীৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.