১৫ এপ্ৰিল

গ্নিসেৱা দিৱস।

আম্বেদকাৰ জয়ন্তী।

➡️১৬২৯ নেদাৰলেণ্ডছৰ গণিতজ্ঞ, পদার্থবিদ খ্রীষ্টিয়ান হাইজেন্সৰ জন্ম।

➡️১৮৮৯ ইংৰাজ ইতিহাসবিদ আর্নল্ড যোছেফ টয়নবিৰ জন্ম।

➡️১৮৯১ ভাৰতীয় ৰাজনীতিবিদ, ভাৰতৰ সংবিধানৰ অন্যতম প্রণেতা ভীমৰাও ৰামজী আম্বেদকাৰৰ জন্ম।

➡️১৯৫৮ স্পুটনিক-২ৰ বিনাশ।

➡️১৯৬২ ভাৰতৰ প্ৰসিদ্ধ অভিযন্তা তথা ৰাজনীতিবিদ এম বিশ্বেশ্বাৰায়াৰ মৃত্যু।

➡️১৯৬৩ ৰাহুল সংকৃত্যায়নৰ মৃত্যু। ১৯৮৭ ভাৰতৰ তৃতীয় দীর্ঘতম পথদলং (৩.০৫ কিলোমিটাৰ) ব্ৰহ্মপুত্ৰৰ ওপৰৰ কলিয়াভোমোৰা দলং মুকলি। ২০০৫ শিক্ষাবিদ, সাহিত্যিক উমাকান্ত শৰ্মাৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.