১৪ এপ্রিল

আন্তর্জাতিক গ্ৰন্থাগাৰিক দিৱস।

➡️১৯১২ এক শোকাৱহ দুর্ঘটনাত পতিত বিলাসবহুল জাহাজ টাইটানিক; ১,৫১৩জন যাত্ৰীৰ মৃত্যু।

➡️১৪৫২ ইটালীৰ শিল্পী, বিজ্ঞানী লিঅ’নার্ডো ডা-ভিন্সিৰ জন্ম।

➡️১৪৬৯ শিখ ধৰ্ম প্ৰচাৰক গুৰু নানকৰ জন্ম।

➡️১৮৬৫ আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্রাহাম লিংকনৰ গুলীবিদ্ধ হৈ মৃত্যু।

➡️১৯৪৮ প্রায় ত্রিশখন দেশীয় ৰাজ্যক লৈ হিমাচল প্রদেশ গঠন।

➡️১৯৮০ ফৰাচী লেখক জাঁ-পল ছাত্ৰেৰ মৃত্যু।

➡️১৯৮৪ শান্তনু তামুলীৰ সম্পাদনাত যোৰহাটৰ পৰা শিশু আলোচনী ‘মৌচাক’ৰ প্ৰকাশ।

🛑ভীষ্ম নাৰায়ণ সিং অসমৰ ৰাজ্যপাল। ১৯৮৯ চনৰ ১০ মে’লৈকে তেওঁ এই পদত কার্যনির্বাহ কৰে।

➡️১৯৯৪ আঠ বছৰৰ আলোচনাৰ অন্তত বিশ্বৰ ১১০খন ৰাষ্ট্ৰৰ শেহতীয়া গেট্ (GATT) চুক্তিত সন্মতি প্রদান।

➡️১৯৯৮ ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয়খন দলং নৰনাৰায়ণ সেতু মুকলি। এই পথ-ৰে’ল দলংখনৰ দৈৰ্ঘ্য ২.৩ কিলোমিটাৰ।

You might also like
Leave A Reply

Your email address will not be published.