আজি ১৪ এপ্ৰিল

➡️আজি অগ্নিসেৱা দিৱস।
➡️আজি আম্বেদকাৰ জয়ন্তী।
➡️১৬২৯ চনত নেদাৰলেণ্ডছৰ গণিতজ্ঞ, পদাৰ্থবিদ খ্ৰীষ্টিয়ান হাইজেন্সৰ জন্ম হয়।
➡️১৮৮৯ চনত ইংৰাজ ইতিহাসবিদ আৰ্নল্ড যোছেফ টয়নবিৰৰ জন্ম।
➡️১৮৯১ চনত ভাৰতীয় ৰাজনীতিবিদ, ভাৰতৰ সংবিধানৰ অন্যতম প্ৰণেতা ভীমৰাও ৰামজী আম্বেদকাৰৰ জন্ম।
➡️১৯৫৮ চনত স্পুটনিক-২ৰ বিনাশ হয়।
➡️১৯৬২ ভাৰতৰ প্ৰসিদ্ধ অভিযন্তা তথা ৰাজনীতিবিদ এম বিশ্বেশ্বাৰায়াৰ মৃত্যু হয়।
➡️১৯৬৩ চনত ৰাহুল সংকৃত্যায়নৰ মৃত্যু হয়।
➡️১৯৮৭ চনত ভাৰতৰ তৃতীয় দীৰ্ঘতম পথদলং (৩.০৫ কিলোমিটাৰ) ব্ৰহ্মপুত্ৰৰ ওপৰৰ কলিয়াভোমোৰা দলং মুকলি কৰা হয়।
➡️২০০৫ চনত শিক্ষাবিদ, সাহিত্যিক উমাকান্ত শৰ্মাৰ মৃত্যু হয়।

You might also like
Leave A Reply

Your email address will not be published.