ৰাজ্যৰ সকলো বিদ্যালয়লৈ SEBAৰ কঠোৰ নিৰ্দেশনা

নিউজ ডেস্কঃ

 

ৰাজ্যখনৰ সকলো বিদ্যালয়লৈ SEBAৰ গুৰুত্বপূৰ্ণ জাননী৷ ছেবাৰ প’ৰ্টেলত আপলোড কৰিব লাগিব নৱম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ নম্বৰসমূহ৷ ৩১ মে’ৰ পূৰ্বে সকলো পৰীক্ষাৰ্থীৰ নম্বৰ আপলোড কৰিবলৈ কঠোৰ নিৰ্দেশনা ছেবাৰ৷ যদি নিৰ্ধাৰিত সময়মতে শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ নম্বৰসমূহ প’ৰ্টেলত আপলোড নকৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিব নোৱাৰিব শিক্ষাৰ্থীসকল।নতুন শিক্ষানীতিৰ আধাৰত SEBAৰ এই নিৰ্দেশনা।।

You might also like
Leave A Reply

Your email address will not be published.