আজি ২৯ মে’

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তর্জাতিক দিৱস।

➡️১৪৫৩ বৰ্তমানৰ তুৰস্কত তুর্কী সাম্রাজ্য বা অটোমান সাম্রাজ্য প্রতিষ্ঠা। ৰাজধানী চহৰ কনষ্টান্টিনোপলৰ নাম হয় ইস্তানবুল। বাইজেন্টিয়াম সাম্ৰাজ্যৰ পতন ।

➡️১৮২৯ ইংৰাজ বিজ্ঞানী হামফ্রে ডেভিৰ মৃত্যু।

➡️১৯১৭ আমেৰিকাৰ ৩৫তম ৰাষ্ট্ৰপতি জন ফিটজাৰেল্ড কেনেডীৰ জন্ম।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ বৰুৱাৰ জন্ম।

➡️১৯৫৩ ইংৰাজ অভিযাত্রী এডমাণ্ড পার্টিভেল হিলাৰী আৰু টেনজিং নৰ্গেৰ প্ৰথমবাৰৰ বাবে এভাৰেষ্টত আৰোহণ।

➡️১৯৮৭ ভাৰতৰ প্ৰাক্তন প্রধান মন্ত্ৰী চৰণ সিঙৰ মৃত্যু।

➡️২০০৪ ৯০০ কিলোমিটাৰ দূৰত্বভেদী ক্ষেপণাস্ত্র ‘ঘৌৰী’ৰ সফল পৰীক্ষা।

➡️২০০৪ অৰুন্ধতী ৰয়লৈ ‘ছিডনী পীচ প্রাইজ’।

You might also like
Leave A Reply

Your email address will not be published.