আজি ২৫ জুন

মোজাম্বিকৰ স্বাধীনতা দিৱস।

➡️১৯০৩ ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ জন্ম।

➡️১৯৩০ ভাৰতৰ শেষৰজন ভাইচৰয় লর্ড মাউন্টবেটেনৰ ইংলেণ্ডত জন্ম।

➡️১৯৩১ ভাৰতৰ নৱম প্রধান মন্ত্রী বিশ্বনাথ প্রতাপ সিঙৰ জন্ম।

➡️১৯৩২ ইংলেণ্ডৰ লর্ডছত ভাৰত আৰু ইংলেণ্ডৰ মাজত প্রথম টেষ্ট ক্রিকেট প্রতিযোগিতা। এই টেষ্টত ভাৰতৰ অধিনায়ক আছিল চি কে নাইডু।

বিশ্বনাথ প্রতাপ সিং

➡️১৯৫০ ৰাছিয়া সমৰ্থিত উত্তৰ কোৰিয়া সেনাৰ দক্ষিণ কোৰিয়া আক্ৰমণ।

➡️১৯৭৫ ৰাষ্ট্ৰপতি ফখরুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা।

* মোজাম্বিকৰ স্বাধীনতা লাভ।

➡️১৯৭৬ ভাৰতত বলৱৎ থকা অন্তর্বর্তীকালীন জৰুৰী অৱস্থা প্রত্যাহাৰ।

➡️১৯৮৩ বিশ্বকাপ ক্রিকেটত (প্রুডেন্সিয়েল কাপ) ৱেষ্ট ইন্ডিজক পৰাজিত কৰি ভাৰত চেম্পিয়ন। এই প্রতিযোগিতাত ভাৰতীয় দলৰ অধিনায়ক আছিল কপিলদেৱ।

➡️১৯৯১ জ্যোতি বসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী। জ্যোতি বসুরে ১৯৭৭ চনৰ পৰা একেৰাহে ২১ বছৰ পশ্চিমবংগৰ মুখ্য মন্ত্ৰী কাৰ্যনিৰ্বাহ কৰে – যি এক অভিলেখ।

You might also like
Leave A Reply

Your email address will not be published.