➡️আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছবিৰোধী দিৱস।
➡️১৫৩৯ বক্সাৰৰ যুদ্ধত শ্বেৰ শ্বাহৰ হাতত হুমায়ুন পৰাজিত।
➡️১৮২৪ ইংৰাজ বিজ্ঞানী উইলিয়াম থমছন কেলভিনৰ জন্ম।
➡️১৮৯২ মার্কিন মহিলা সাহিত্যিক পার্ল এছ বাকৰ জন্ম।
➡️১৯৪৫ ৫১খন দেশৰ প্ৰতিনিধিৰে ‘ৰাষ্ট্ৰসংঘৰ চনদ’ (United Nation Charter) প্রস্তুত।
➡️১৯৪৯ ‘নতুন অসমীয়া’ৰ প্ৰকাশ।
➡️১৯৫৪ চীনৰ প্ৰধান মন্ত্ৰী চৌ এন লাইৰ ভাৰত ভ্ৰমণ।
➡️১৯৮০ বংগোপসাগৰত খাৰুৱা তেলৰ সন্ধান।
➡️২০০১ নাট্য প্রভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ মৃত্যু।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Prev Post
Next Post
You might also like